Sonitpur DC Recruitment 2020 For 29 Posts । Gaon Bura।10th Pass।

Apply Online For Gaon Bura post ,Tezpur, Thelamara, Dhekiajuli, Chariduwar, Noduwar

gaon bura
01/10/2020

Sonitpur Gaon Bura Recruitment 2020 : অসম চৰকাৰৰ ইংৰাজী ১০/০৪/২০১৮ তাৰিখৰ অধিসুচনা নং আৰ এল আৰ ১৮৭/২০০৭/৩৯ আৰু ইং ১৯/০৬/২০১৯ অধিসুচনা আৰ এল আৰ ১৮৭/২০০৭/পাৰ্ট/২৪ অনুয়াযী শোনিতপুৰ জিলাৰ অন্তৰ্গত (১) তেজপুৰ (২) ঢেকীয়াজুলি (৩) ঠেলামাৰা (৪) চাৰিদুৱাৰ আৰু (৫) নদুৱাৰ ৰাজহ চক্ৰৰ অধীনৰ বৰ্তমান খালি হৈ থকা মুঠ ২৯ টা পদত নিযুক্তি দিবৰ বাবে ইচ্ছুক প্ৰাৰ্থীৰ পৰা আবেদন বিছৰা হৈছে ।

Posts Name: Goan Bura
Total Posts: 29

From 01/10/2020 to 02/11/2020 midnight 12.00
Location : Tezpur, Thelamara, Dhekiajuli, Chariduwar, Noduwar

Related Post : Dme Assam Recruitment 2020 For 484 Posts ।Staff Nurse (Critical Care)

Gaon Bura post Details In Assamses

Eligibility For The Post

  • আবেদনকাৰী ভাৰতীয় নাগৰিক হব লাগিব আৰু নিযুক্তিৰ বাবে আবেদন কৰা গাওঁবুঢ়া লাটৰ গাওঁসমুহৰ ভিতৰৰ স্থায়ী বাসিন্দা হব লগিব ।
  • আবেদনকাৰী 2(দুটা) টাতকৈ বেছি সন্তান থাকিব নালাগিব,যদি থকাৰ প্ৰমাণ পোৱা যায়,তেন্তে তেখেত সকলক তাতক্ষনিক গাওঁবুঢ়া পদৰ পৰা বৰ্খাস্ত কৰা হব । এই সৰ্ন্দভত আবেদনকাৰীয়ে শপতনামা আবেদনৰ লগত দাখিল কৰিব লাগিব ।
  • বয়স – 25-65 ভিতৰত হব লাগিব ।
  • শিক্ষা – দশম (10th pass) শ্ৰেণী উৰ্ত্তীন হব লাগিব ।
  • শাৰীৰিক আৰু মানসীক ভাবে সুস্থ হব লাগিব ।
  • আবেদনকাৰী কোনো ধৰনৰ চৰকাৰী চাকৰিয়াল হব নোৱাৰিব ।
  • আবেদনকাৰীয়ে গাওঁবুঢ়া হিচাপে নিযুক্তি বিচৰা অঞ্চলত আবেদনকাৰীৰ নিজৰ নামত ভূমি/সম্পত্তি থাকিব লাগিব ।
  • আবেদনকাৰী কোনো ধৰনৰ ৰাজনৈতিক দলৰ সদস্য হব নোৱাৰিব ।
  • আবেদনকাৰীৰ নামত আদালতত কোনো ধৰনৰ গোচৰ থাকিব নালাগিব ।
  • সামাজিক কামৰ প্রমাণপত্র লাগিব।
  • গাওঁবুঢ়াৰ বাবে আবেদন কৰা আবেদনকাৰীৰ মৌজাদাৰৰ মতামতৰ প্রমাণপত্র লাগিব ।
gaon bura

Interested applicants can apply for gaon bura according to the details given below

  1. Candidate Name & Address, Tel.No / Mobile No
  2. Father/Husband Name :
  3. Full Address :
  4. Upload education Qualification :
  5. Age Proof (H.S.L.C Admit Card/Pass Certificate ) upload :
  6. Candidate clearly mention name of Gaon Bura and lat No :
  7. Certificate of land / property in one’s own name :
  8. Certificate of social work :
  9. Certificate of Majdar’s opinion of the applicant applying for Gaon bura :
  10. Certificate that candidate does not more than two children :

How To Apply

Interested candidates shall have to fill up the online application forms available at the official web site of Sonitpur DC Gaon Bura Post, Assam (https://niyukti.assam.gov.in/sonitpur_gb)


From 01/10/2020 to 02/11/2020 midnight 12.00

Advertisement :_Click Here

Apply Online: Click Here

Leave a Reply

Your email address will not be published. Required fields are marked *

%d bloggers like this: