AssamCareer-4U.in 10th Pass Job,GOVT JOB,JOB Gaon Burah Recruitment Assam 2021 I 10th Pass I Apply Now

Gaon Burah Recruitment Assam 2021 I 10th Pass I Apply Now

শিৱসাগৰৰ,আমগুৰি, নাজিৰ, ৰাজহ চক্ৰৰ অন্তৰ্গত নিম্ন লিখিত মৌজা গাওঁবুঢ়াৰ পদ খালী হৈ থকাৰ পৰিপ্ৰেক্ষিতত উক্ত পদ পূৰনৰ বাবে উপযুক্ত প্ৰাৰ্থী পৰা অনলাইনযোগে ।

Gaon Burah Recruitment Assam 2021

Gaon Burah Recruitment Assam 2021
Last Date : 30 July 2021

Posts Name: Goan Burah

Gaon Burah Recruitment Assam 2021

লাট নং – N/A

বয়স – 25-65 ভিতৰত হব লাগিব ।

শিক্ষা – হাই স্কুল শিক্ষান্ত পৰীক্ষাত উৰ্ত্তীণ হব লাগীব । ।

Location : শিৱসাগৰৰ,আমগুৰি, নাজিৰ[অসম]

Gaon Burah Recruitment Assam 2021 Eligibility

  • আবেদনকাৰী ভাৰতীয় নাগৰিক হব লাগিব আৰু নিযুক্তিৰ বাবে আবেদন কৰা গাওঁবুঢ়া লাটৰ গাওঁসমুহৰ ভিতৰৰ স্থায়ী বাসিন্দা হব লগিব ।
  • আবেদনকাৰী 2(দুটা) টাতকৈ বেছি সন্তান থাকিব নালাগিব,যদি থকাৰ প্ৰমাণ পোৱা যায়,তেন্তে তেখেত সকলক তাতক্ষনিক গাওঁবুঢ়া পদৰ পৰা বৰ্খাস্ত কৰা হব । এই সৰ্ন্দভত আবেদনকাৰীয়ে শপতনামা আবেদনৰ লগত দাখিল কৰিব লাগিব ।
  • বয়স – 25 ভিতৰত হব লাগিব ।
  • শিক্ষা – হাই স্কুল শিক্ষান্ত পৰীক্ষাত উৰ্ত্তীণ হব লাগীব । ।
  • শাৰীৰিক আৰু মানসীক ভাবে সুস্থ হব লাগিব ।
  • আবেদনকাৰী কোনো ধৰনৰ চৰকাৰী চাকৰিয়াল হব নোৱাৰিব ।
  • আবেদনকাৰীয়ে গাওঁবুঢ়া হিচাপে নিযুক্তি বিচৰা অঞ্চলত আবেদনকাৰীৰ নিজৰ নামত ভূমি/সম্পত্তি থাকিব লাগিব ।
  • আবেদনকাৰী কোনো ধৰনৰ ৰাজনৈতিক দলৰ সদস্য হব নোৱাৰিব ।
  • আবেদনকাৰীৰ নামত আদালতত কোনো ধৰনৰ গোচৰ থাকিব নালাগিব ।
  • সামাজিক কামৰ প্রমাণপত্র লাগিব।
  • গাওঁবুঢ়াৰ বাবে আবেদন কৰা আবেদনকাৰীৰ মৌজাদাৰৰ মতামতৰ প্রমাণপত্র লাগিব ।

How To Apply For Gaon Burah Recruitment Assam 2021 ?

আবেদনকাৰীয়ে অসম গেজেটৰ খণ্ড ত প্ৰকাশিত প্ৰ-পত্ৰত IX (Standard Form of Application) আবেদন কৰিব লাগিব । আবেদনকৰীয়ে কোনখন গাৱৰ গাওঁবুঢ়া পদৰ বাবে আবেদন কৰিছে সেই গাওঁ/গাওঁ সমূহৰ নাম উল্লেখ কৰাৰ লগতে আবেদনকাৰীৰ ভ্ৰম্য়ভাষ নম্ৱৰ (মোবাইল নম্বৰ) স্পষ্টকৈ আবেদনত সন্নিৱিষ্ট কৰাটো বাধ্য়তামূলক বুলি কোৱা হৈচে ।

Important Documents For Gaon Burah Recruitment Assam 2021

  1. স্থায়ী বাসিন্দাৰ প্ৰমাণ পত্ৰ ।
  2. বয়স আৰু শিক্ষাগত আৰ্হতাৰ প্ৰমাণ পত্ৰ ।
  3. বাকীজাই দেনামক্তি প্ৰমাণ পত্ৰ ।
  4. স্থাৱৰ সম্পত্তিৰ প্ৰমাণ পত্ৰ ।
  5. ভোটাৰ পৰিচয় পত্ৰ/পেন কাৰ্ড ।
  6. পাচপৰ্ট আকাৰৰ ফটো ।
  7. দুটাতকৈ অধিক সন্তানৰ পিতৃ নোহোৱাৰ শপতনামা ।
  8. শাৰীৰিক আৰু মানসিক ভাবে সুস্থ হোৱাৰ প্ৰমাণ পত্ৰ ।
  • Apply Start From : 4/07/2021
  • Last Date : 30/07/2021

Important Link For Gaon Burah Recruitment Assam 2021

Advertisement Download : Click Here

IX Standard Form Download : Click Here

Job In Assam

1 thought on “Gaon Burah Recruitment Assam 2021 I 10th Pass I Apply Now”

Leave a Reply

Your email address will not be published. Required fields are marked *